How To Increase Breast Size Naturally?প্ৰাকৃতিকভাৱে স্তনৰ আকাৰ কেনেদৰে বৃদ্ধি কৰিব?

স্তনৰ বিষয়ে আকৰ্ষণীয় তথ্য- আপুনি জানেনে যে বাওঁ স্তনসোঁফালতকৈ ডাঙৰ? হয়, কোনো দুটা স্তন একে নহয়। যেতিয়া আপুনি ব্যায়াম কৰে তেতিয়া স্তন 8 নম্বৰৰ আকাৰতত চলাচল কৰে। এগৰাকী মহিলাৰ গোটেই জীৱনত স্তনৰ আকাৰ প্ৰায় 6 বাৰ সলনি হয়। ইয়াৰ কাৰণ হৈছে পিন্ধা ব্ৰাৰ প্ৰকাৰ। গৰ্ভাৱস্থা আৰু স্তন্যপান কৰোৱাৰ পিছতহে আপোনাৰ স্তন পৰিপক্ক হয়। এগৰাকী মহিলাৰ …

How To Increase Breast Size Naturally?প্ৰাকৃতিকভাৱে স্তনৰ আকাৰ কেনেদৰে বৃদ্ধি কৰিব? Read More »

5 Ayurveda Herbs for Hair fall Prevention

৫ বিধ আয়ুৰ্ৱেদিক ঔষধি চুলিৰ স্বাস্থ্যৰ বাবে……        প্ৰতিজন ব্যক্তিয়ে এক নিৰ্দিষ্ট বয়সত চুলি সৰাত ভুগে। কেতিয়াবা, ই ইমান ভয়ংকৰ হয় যে শোৱা কোঠাৰ মজিয়া চেলুনৰ মজিয়াৰ দৰে দেখাযায়! বহুতো মানুহে আনকি ভয় খাই যে তেওঁলোক টকলা হৈ যাব বুলি।   “আয়ুৰ্বেদ” চিকিৎসা পদ্দতিত চুলি প্ৰাকৃতিকভাৱে গজাৰ  সৰ্বশ্ৰেষ্ঠ আৰু কাৰ্যকৰী উপায় আছে। চুলিৰ বিষয়ে …

5 Ayurveda Herbs for Hair fall Prevention Read More »

ৰোগপ্ৰতিৰোধ ক্ষমতা, কৰনো আৰু ভেকচিন

কৰোনাৰ এই সময়ত সকলোতকে চৰ্চিত বিষয়টো হ’ল কৰ’না সচা নে মিছা, যদি সচা যোৱা বছৰ কৰ’নাৰ মৃত্যুৰ হাৰ অসমত ইমান কম কিয় আছিল, যদি কৰোনা সচা, ই কি Election লৈ ৰৈ আছিল নেকি, যে Election যেৱাৰ লগে লগে হৰ হৰ কে হাজাৰ হাজাৰ কৰ’না আক্ৰান্ত হৈছে আকৌ যদি মিছা দিল্লী, মহাৰাষ্ট্ৰ ৰ নিচিনা চিকিৎসাৰ উন্নত …

ৰোগপ্ৰতিৰোধ ক্ষমতা, কৰনো আৰু ভেকচিন Read More »